মোৰ অনুভৱ

মোৰ হৃদয় নামৰ চোতালত 

আহিবাচোন অমাৱস্যা ভেদি 

পূৰ্ণিমাৰ জোন হৈ,

মই ৰৈ থাকিম তোমাৰ বাবে। 

           ✍️ ফাৰুক আহমেদ

Comments